Tag: hbs
-
হিমন্ত বিশ্ব শৰ্মাৰ কেৰিয়াৰত বাটাৰফ্লাই ইফেক্ট
যুদ্ধ কৰিবলৈ প্ৰতিদ্বন্দ্বী শক্তিশালী হ’ব লাগে৷ নিৰস্ত্ৰ শত্ৰুক বীৰ যোদ্ধাই যুদ্ধক্ষেত্ৰত বধ নকৰে৷ এঘড়ী যুদ্ধ কৰাৰ সুযোগ দিহে শত্ৰুনাশ কৰাটো বীৰ যোদ্ধাৰ অলিখিত নীতি৷- হিমন্ত বিশ্ব শৰ্মায়ো যদি এনেকৈ ভাবিছে তেনেহ’লে বাৰু কথা নাই৷ তথাপি সাম-দাম-দণ্ড-ভেদ সকলো শাস্ত্ৰবৰ্ণিত নীতি প্ৰয়োগ কৰা বিজেপিক প্ৰতিনিধিত্ব কৰি তেওঁ শত্ৰুক ক্ষমা কৰাটো মানি ল’ব নোৱাৰি৷ ছলেৰে নোৱাৰিলে বলেৰে উদ্দেশ্য…