Tag: medicine
-
পেনপ্টিকনৰ কথা জেৰেমী বেন্থামেও ইমান দূৰলৈ ভবা নাছিল
সুদূৰ ফ্ৰান্সৰ জেৰেমী বেন্থামৰ সৈতে ভাৰতত অনুষ্ঠিত ডাক্তৰী পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাৰ অৱশ্যেই সম্পৰ্ক নাই৷ অষ্টাদশ শতিকাৰে দাৰ্শনিক বেন্থামৰ পেনপ্টিকন নাম কৌশলটোৰ বিষয়েও বৰকৈ চৰ্চা নহয়৷ এইটো পদ্ধতি আছিল বিগত শতিকাৰ মনস্তাত্ত্বিক যুঁজ, কাকো নোচোৱাকৈ প্ৰত্যেককে নজৰবন্দী কৰি ৰখাৰ কৌশলটোৱেই জেৰেমী বেন্থামৰ পেনপ্টিকন৷ ফ্ৰান্সত প্ৰাচীন যুগত বেন্থামৰ স্থাপত্যৰ ভিত্তিত চক্ৰাকাৰৰ বেহু ৰচনা কৰা হৈছিল৷ মাজৰ স্তম্ভৰ…